দেশত আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া

দেশত আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ কিশোৰীসকলক ভেকচিন প্ৰদানৰ বাবে আৰম্ভ কৰা হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া। CoWin এপছৰ জৰিয়তে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে দেশজুৰি।

ছাত্ৰ-ছাত্ৰীসকলে আধাৰ কাৰ্ডৰ লগতে বিদ্যালয়ৰ পৰিচয় পত্ৰৰ জৰিয়তেও ভেকচিনৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। বিদ্যালয়সমূহত পাঠদান নিয়মীয়াকৈ আৰম্ভ কৰিবলৈ বিভিন্ন মহলে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি অহাৰ পিছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কিশোৰ কিশোৰীসকলক ভেকচিন প্ৰদান নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অহা ৩ জানুৱাৰীৰ পৰা দেশজুৰি ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...