বৰ্তমান কেনে ছেইফ আলী খানৰ স্বাস্থ্য?

ছেইফ আলী খানৰ আক্ৰমণৰ ঘটনাই জোকাৰি গ’ল বলীউড। আক্ৰমণৰ পিছতে আৰক্ষীয়ে আটক কৰিলে অভিযুক্তক। কিন্তু এতিয়াও হাস্পতালত অভিনেতা ছেইফ আলী খান। বৰ্তমান কেনে ছেইফ আলী খানৰ স্বাস্থ্য? হয়তো আনুৰাগীৰ মনত বাৰে বাৰে উত্থাপন হৈছে এই প্ৰশ্ন। উল্লেখ্য যে ক্ৰমাৎ সুস্থ হৈছে ছেইফ আলী খান। শেহতীয়া খবৰ অনুসৰি ছেইফক কেতিয়া ঘৰলৈ যাবলৈ দিয়া হ’ব এই সন্দৰ্ভত শীঘ্ৰেই চিকিৎসকে ল’ব সিদ্ধান্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...