উত্তৰাখণ্ডত আজিৰে পৰা কাৰ্যকৰী UCC

উত্তৰাখণ্ডত আজিৰে পৰা কাৰ্যকৰী অভিন্ন দেৱানী বিধি। সলনি হ’ব বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ সম্পৰ্কীয় আইন। UCCৰ কাৰ্যকৰী হোৱা উত্তৰাখণ্ড দেশৰ ভিতৰতে প্রথমখন ৰাজ্য। আইন উলংঘাকাৰীয়ে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...