বিলাসীপাৰাৰ পৰীক্ষাকেন্দ্ৰত অপ্ৰীতিকৰ পৰিস্থিতি

বিলাসীপাৰাৰ পৰীক্ষাকেন্দ্ৰত অপ্ৰীতিকৰ পৰিস্থিতি। পৰীক্ষাৰ্থীৰ ওপৰত লাঠীচালনা কৰিলে আৰক্ষী–চিআৰপিএফে। নকলক কেন্দ্ৰ কৰি পৰীক্ষাগৃহৰ বাহিৰত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। আৰক্ষী–চিআৰপিএফৰ লাঠীচালনাত আহত কেইবাগৰাকীও পৰীক্ষাৰ্থী। আহত কেইবাজনো পৰীক্ষাৰ্থীক চিকিৎসালয়ত ভৰ্তি। বৰকান্দা পিপলছ একাডেমী উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ত এই ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...