সংগীত পৰিৱেশন কৰিবলৈ নাহিল বলীউডৰ কণ্ঠশিল্পী, অতিষ্ঠ হৈ দৰ্শকে ভাঙিলে পেণ্ডেল, আচবাব

বিলাসীপাৰা মিউজিক ফেষ্টিভেলত অঘটন। সংগীত পৰিৱেশন কৰিবলৈ নাহিল বলীউডৰ কণ্ঠশিল্পী। অতিষ্ঠ হৈ ৰাইজে ভাঙিলে পেণ্ডেল, আচবাব। উল্লেখ্য যে বহুসময় ধৰি অপেক্ষা কৰি আছিল হাজাৰ হাজাৰ ৰাইজ। টিকটৰ বাবদ লোৱা হৈছিল ৫০০ৰ পৰা ২০০০ টকা। ঘটনা সন্দৰ্ভত বিলাসীপাৰা থানাত এজাহাৰ । বৰ্তমানলৈ দুজনক আটক কৰিছে আৰক্ষীয়ে। প্ৰাক্তন মন্ত্ৰী মহিবুল হক আৰু পুত্ৰ ৰিহাল খানে আয়োজন কৰিছিল অনুষ্ঠানৰ। ৰাইজৰ উগ্ৰমূৰ্তি দেখি পলায়ন কৰে পিতা-পুত্ৰই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...