পাকিস্তান সীমান্তত ৫০ মিটাৰ গভীৰতালৈকে সুৰংগ! সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈছে নেকি অমৰনাথৰ যাত্ৰীক?

চাম্বালৈ যাব ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ৰ দল। চাম্বাত উদ্ধাৰ হৈছে সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা সুংৰগ। জম্মুৰ ভাৰত-পাকিস্তান সীমান্তত অৱস্থিত চাম্বা। পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ এই সুৰংগ। BSF-এ উদ্ধাৰ কৰিলে আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা এই সুৰংগ। জেইচ-ই-মহম্মদে সুৰংগটো ব্যৱহাৰ কৰাৰ সন্দেহ কৰা হৈছে। ডেৰশ মিটাৰ দীঘল সুৰংগটো চাম্বা ছেক্টৰত আছিল। পূৰ্বেও সীমান্তত উদ্ধাৰ হৈছিল ১১টাকৈ সুৰংগ। অমৰনাথৰ যাত্ৰীক আক্ৰমণৰ লক্ষ্যৰে সন্ত্ৰাসবাদীৰ প্ৰৱেশ। সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰিছিল এই সুৰংগটো। ৫০ মিটাৰ গভীৰতালৈকে আছে সুৰংগ। উদ্ধাৰ হৈছে বালি-চিমেণ্টভৰ্তি বস্তা, কাপোৰ-কানি। ইতিমধ্যে সন্ত্ৰাসবাদীৰ দল ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...