ধুমুহাত মূৰৰ ওপৰত ভাঙি পৰিল গছৰ ডাল, হাস্পতাললৈ লৈ যোৱাৰ পূৰ্বে মৃত্যু মহিলাৰ

পুনৰ প্ৰচণ্ড ধুমুহাই প্ৰাণ ল’লে এগৰাকী মহিলাৰ। শুকুৰবাৰে সন্ধিয়া কৰ্মস্থলীৰ পৰা আহি থকা অৱস্থাত ডফলাটিং তিনি আলিত এজোপা গছৰ ডাল ভাগি মহিলাগৰাকীৰ মূৰত পৰাত গুৰুতৰভাবে আহত হয় অনামিকা ভূঞা নামৰ মহিলাগৰাকী।

স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ ১০৮এম্বুলেঞ্চ সেৱাৰ যোগেদি মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও গৈ থকা অৱস্থাতে মৃত্যু ঘটে মহিলা গৰাকীৰ। অনামিকা ভূঞা নামৰ মহিলাগৰাকীৰ ঘৰ ডফলাটিং চাহ বাগিচাৰ তিনি নম্বৰ লাইনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...