স্কুটীৰে চুলাই সৰবৰাহৰ সময়তে জালত পৰিল বেপাৰী, জব্দ ১০০ লিটাৰ চুলাই

ৰাজ্যত অব্যাহত সুৰাৰ ৰমৰমীয়া বেহা। স্কুটীৰে প্ৰায় ১০০ লিটাৰ চুলাই সৰবৰাহৰ সময়তে বেপাৰীসহ জালত সৰবৰাহকাৰী। দৰং জিলাৰ ছিপাঝাৰৰ পাথৰিঘাট আৰক্ষীৰ জালত চুলাই বেপাৰী। বৃহৎ পৰিমাণৰ চুলাইসহ জব্দ এখন স্কুটী। AS 01 DX 8102 নম্বৰৰ স্কুটীখনেৰে কঢ়িয়াই আনিছিল চুলাই। কলাইগাঁৱৰ বটিয়ামাৰীৰ তপন চন্দ্ৰ বড়ো নামৰ চুলাই বেপাৰীটোক কৰায়ত্ত কৰে পাথৰিঘাট আৰক্ষীয়ে। দীৰ্ঘদিনৰ পৰাই ছিপাঝাৰৰ ভিন্ন অঞ্চলত চুলাইৰ সৰবৰাহ চলাই আহিছিল বড়োৱে। পাথৰিঘাট আৰক্ষীয়ে বৰঙাবাৰীৰ পৰা কৰায়ত্ত কৰে চুলাই বেপাৰীটোক। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ত কৰে ধৃত বেপাৰীজনক ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...