মুখ্য বাতৰি

এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত উপলব্ধ হ’ব কভিশ্বিল্ড, কভাক্সিন বুষ্টাৰ ড’জ!

এতিয়াৰে পৰা দেশত ক'ভিড-১৯ৰ বুষ্টাৰ ড'জ ব্যক্তিগতখণ্ডৰ ভেকচিন কেন্দ্ৰ বিলাকত দিয়া হ'ব বুলি চৰকাৰে ঘোষণা কৰিছে। ইয়াৰ লগে লগে ভেকচিন উৎপাদন কৰা প্ৰতিষ্ঠান ছিৰাম...

ৰাজনীতিৰ পথাৰত ক্লীন ব’ল্ড হ’ল ইমৰান খান!

ৰাজনীতিৰ পথাৰত ক্লীন ব’ল্ড হ’ল ইমৰান খানপাকিস্তানৰ প্ৰধানমন্ত্ৰী পদৰ পৰা ক্ষমতাচ্যুত ইমৰান খানপাকিস্তানৰ সংসদত অনাস্থা ভোটত মুখথেকেচানিশা ১২.৩০ বজাত অনুষ্ঠিত হৈছিল অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণভোটগ্ৰহণ...

ভাঙি পেলোৱা হ’ব চুপাৰটেক টুইন টাৱাৰ

নয়ডাৰ চেক্টৰ-৯৩-এৰ চুপাৰটেক এমাৰ্ল্ড ক'ৰ্টত নিৰ্মিত দুটা টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ আগতে দেওবাৰে এটা পৰীক্ষামূলক বিস্ফোৰণ সংঘটিত কৰা হ'ব। বিষয়াসকলে জনোৱা অনুসৰি এই পৰীক্ষামূলক...

অসমৰ জল পৰিবহণ ব্যৱস্থাত অংশীদাৰিত্ব আগ বঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে নেদাৰলেণ্ডৰ কোম্পানীয়ে

অসমৰ জল পৰিবহণ ব্যৱস্থাত অংশীদাৰিত্ব আগ বঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে নেদাৰলেণ্ডৰ বিভিন্ন আগশাৰীৰ কোম্পানীয়ে। নেদাৰলেণ্ড এম্বেছীৰ সহযোগত ডিব্ৰুগড়ত আয়োজন কৰিবলৈ লোৱা ৱাটাৰৱে’জ কনক্লেভ ২০২২ত...

পৱিত্ৰ অশোকাষ্টমীত যোগীঘোপাত লাখ লাখ ভক্তৰ সমাগম

আজি পৱিত্ৰ অশোকাষ্টমী। লাখ লাখ ভক্তৰ সমাগমেৰে যোগীঘোপাত বাট নেদেখা পৰিবেশ। অশোকাষ্টমী উপলক্ষে আয়োজন কৰা মেলা উপভোগ কৰিবলৈ দুৰ দুৰণিৰ লাখ লাখ লোকে কৰিছে...

Popular