মুখ্য বাতৰি

শ্ৰীমন্ত শংকৰদেৱে ৰোপণ কৰা ৫০০ বছৰীয়া বকুল গছজোপা

বঙাইগাঁৱৰ ঘৰশীয়া সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰোপণ কৰা ৫০০ বছৰীয়া বকুল গছজোপা দেখিছেনে? প্ৰায় ৫০০ বছৰীয়া ইতিহাসৰ সাক্ষী এজোপা বকুল গছ। বঙাইগাঁও জিলাৰ সাঁকোমুৰা গাঁৱত...

চৰৰ লোক সকল যদি বেদখলকাৰী তেন্তে অসমৰ প্ৰতিজন লোকেই বেদখলকাৰী : আমিনুল ইছলাম

পুনৰ বিতর্কিত মন্তব্য ধিঙৰ বিধায়ক আমিনুল ইছলামৰ। এইবাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ এলেকাধীন চৰ চাপৰিত বসবাস কৰা লোক সকলক উচ্ছেদ সন্দৰ্ভত কৰিলে বিতর্কিত মন্তব্য। বিধায়ক...

মেঘালয় চৰকাৰেও হ্ৰাস কৰিলে পেট্ৰ’ল-ডিজেলৰ দাম

অসমৰ পিছত মেঘালয় চৰকাৰেও হ্ৰাস কৰিলে পেট্ৰ’ল-ডিজেলৰ দামমেঘালয় কেবিনেটে গ্ৰহণ কৰিছে এনে সিদ্ধান্তকমোৱা হ’ব দুয়োবিধ ইন্ধনৰ ওপৰত আৰোপিত ভেটপেট্ৰ’লত ৬.৫ শতাংশ ভেট কমোৱাৰ সিদ্ধান্তডিজেলত...

এবছৰলৈ সম্প্ৰসাৰণ নহয় হিমন্ত বিশ্ব মন্ত্ৰীসভা

অহা এবছৰলৈ ৰাজ্যত সম্প্ৰসাৰণ নহয় মন্ত্ৰীসভাৰকামাখ্যাত এক কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীৰ এই ঘোষণা‘নিগম-নিকায়ৰ ব্যাপক সাল-সলনি কৰা হৈছে’‘বহুজনক নতুন দায়িত্ব অৰ্পণ কৰা হৈছে’‘নতুন দায়িত্ব লাভ...

গুৱাহাটীৰ ক’ত ক’ত ফুটাব নোৱাৰিব ফটকা?

দীপাৱলী উপলক্ষে হাই এলাৰ্ট জাৰি কৰিছে মহানগৰ আৰক্ষীয়েআৰক্ষীৰ মধ্য জিলাই জাৰি কৰিছে এক নিৰ্দেশনাগুৱাহাটী তেল শোধানাগাৰৰ ৫০০ মিটাৰৰ ব্যাসাৰ্ধত ফুটাব নোৱাৰিব ফটকাসাতগাঁও অইল ইণ্ডিয়া...

Popular