মুখ্য বাতৰি

চৰ্চাত আম্পায়াৰ ৰিচাৰ্ড কেটলবৰো

চৰ্চাত আম্পায়াৰ ৰিচাৰ্ড কেটলবৰোৱাইড নিদিয়াৰ বাবে ভাৰতীয় অনুৰাগীৰ নয়নৰমণি হৈ পৰিল আম্পায়াৰজনসামাজিক মাধ্যমত ৰিচাৰ্ড কেটলবৰোক লৈ মিমৰ ধুমুহা পুনেত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল ভাৰত আৰু বাংলাদেশৰ...

গুৱাহাটী মহানগৰীৰ সূচল যাতায়াত ব্যৱস্থাৰ বাবে বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা

গুৱাহাটী মহানগৰীত অহা বছৰ আগষ্ট মাহৰ ভিতৰত ২০০০ চিচি টিভি সংযোগ কৰিব ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰী গুৱাহাটী মহানগৰীৰ পথ যোগাযোগ ব্যৱস্থাত এক নতুন মাত্রা সংযোজনেৰে...

শাৰদ পাৱাৰক কটাক্ষ হিমন্ত বিশ্বৰ

এইবাৰ গাজাক লৈ উখনা-উখনি হিমন্ত বিশ্ব-সুপ্ৰিয়া চুলেৰইজৰাইল-হামাছ যুদ্ধত মোদী চৰকাৰৰ স্থিতিক সমালোচনা শাৰদ পাৱাৰৰলগে লগে শাৰদ পাৱাৰক কটাক্ষ হিমন্ত বিশ্বৰ ইজৰাইল-হামাছ যুদ্ধত মোদী চৰকাৰৰ স্থিতিক...

গাজাৰ চিকিৎসালয়ত বোমাবৰ্ষণৰ ঘটনাক বিশ্বজুৰি ধিক্কাৰ

গাজাৰ চিকিৎসালয়ত ভয়াৱহ আক্ৰমণৰ ঘটনাক লৈ শিয়ৰি উঠিছে সমগ্ৰ বিশ্ব। এই ঘটনাক সমগ্ৰ বিশ্বই গৰিহণা দিয়াৰ সময়তে একাংশ ব্যস্ত হৈছে এই ভয়াৱহ ঘটনাত কোন...

আপুনি জানেনে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ মূল্যৱান বস্তুটো কি?

আপুনি জানেনে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ মূল্যৱান বস্তুটো কি?এটা গ্ৰহাণুপিণ্ড। এই গ্ৰহাণুপিণ্ডটোৰ নাম 16 Psyche.বৃহস্পতি গ্ৰহ আৰু মংগল গ্ৰহৰ মাজৰ এক গ্ৰহাণুপুঞ্জৰ অন্যতম এই...

Popular