মুখ্য বাতৰি

‘জুবিন দিৱস’ত অসম-নাগালেণ্ড সীমান্তত সম্প্ৰীতিৰ বাৰ্তা; ‘জুবিন গাৰ্গ নাহৰ উদ্যান’ নিৰ্মাণক লৈ বৈঠক সৰুপথাৰ আৰু ভাণ্ডাৰী বিধায়কৰ

জুবিন দিৱস উপলক্ষে অসম-নাগালেণ্ড সীমান্তত শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু নাগালেণ্ডৰ ভাণ্ডাৰী সমষ্টিৰ বিধায়ক...

ঈশ্বৰপুত্ৰৰ আজি প্ৰথম পূণ্যতিথি; শ্ৰদ্ধাত নত অসম, সুৰত সজীৱ স্মৃতি

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম পূণ্যতিথি। জুবিন গাৰ্গৰ স্মৃতিক সুঁৱৰি সমগ্ৰ অসমতে পালন কৰা হৈছে ‘জুবিন দিৱস’। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা অনুৰাগী,...

জুবিনৰ গীতেৰে মুখৰিত অসমৰ আকাশ-বতাহ, প্ৰায় ৬ লাখ ছাত্ৰ-ছাত্ৰীৰ কণ্ঠত প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি

জ্ঞানৰ পোহৰেৰে জুবিনক সুঁৱৰি অসম জাতীয় বিদ্যালয়ৰ অভিনৱ প্ৰয়াস। আজি পুৱা অসমৰ প্ৰায় ২৫খন অসম জাতীয় বিদ্যালয়ৰ প্ৰায় ৬ লাখ ছাত্ৰ-ছাত্ৰীৰ কণ্ঠত একেলগে নিগৰিল জুবিন...

১৯ ছেপ্টেম্বৰ দিনটো ‘জুবিন দিৱস’ হিচাপে ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ পত্ৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ১৯ ছেপ্টেম্বৰ তাৰিখটো ‘জুবিন দিৱস’ হিচাপে ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল...

আৰব সাগৰত ভাৰত-পাকিস্তানৰ যুদ্ধ জাহাজৰ সংঘৰ্ষ! পাকিস্তানৰ অভিযোগ খাৰিজ ভাৰতৰ

আৰব সাগৰত ভাৰতীয় আৰু পাকিস্তানী নৌসেনাৰ যুদ্ধ জাহাজৰ সংঘৰ্ষক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত তীব্ৰ বাকযুদ্ধ আৰম্ভ। পাকিস্তানৰ অভিযোগ পোনপটীয়াকৈ খাৰিজ কৰি ভাৰতৰ স্পষ্ট...

Popular