মুখ্য বাতৰি

আজি ৪ কুৰি ৯ বছৰত ভৰি দিলে কথা সাহিত্যিক ইমৰান শ্বাহে

এইগৰাকী চিৰ তৰুণ সাধকে এতিয়াও হাতত কলম লৈ নিয়মীয়াকৈ বহে সৃষ্টিৰ সাধনাত। অশীতিপৰ ইমৰান শ্বাহে নতুনৰ সন্ধান কৰে ইণ্টাৰনেটৰ মাধ্যমত। ইণ্টাৰনেটৰ বিশাল বুকুত সন্ধান কৰে নতুন নতুন গ্ৰন্থৰ।

পাকিস্তানী F-16 বিমান ধ্বংস কৰাৰ স্বীকৃতি অভিনন্দন বৰ্ধমানলৈ

ভাৰতীয় বায়ু সেনা বিষয়া তথা গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্ধমানক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি বীৰ চক্ৰ প্ৰদান কৰে। অভিনন্দন বৰ্ধমানক শেহতীয়াকৈ গ্ৰুপ কেপ্টেইন পদলৈ পদোন্নতি...

সংসদত কৃষি আইন বাতিল হোৱাৰ পিছতহে কৃষক সকল ঘৰলৈ উভতি যাব : ৰাকেশ টিকাইট

তিনি কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণাক আৰম্ভণি বুলি অভিহিত কৰি ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ) নেতা ৰাকেশ টিকাইটে কয় যে, সংসদত আইন তিনিখন বাতিল হোৱাৰ পিছতহে...

কৃষি আইন বাতিল; বহু চেষ্টা কৰিও কৃষকক বুজোৱাত ব্যৰ্থ হ’লো : প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণাকৃষি আইন বাতিলৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ৩ কৃষি আইন বাতিল কেন্দ্ৰীয় চৰকাৰৰকৃষকৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰেপ্ৰায় এবছৰ ধৰি চলিছিল কৃষকৰ আন্দোলনআন্দোলন এৰি...

অৰুণাচলত চীনৰ আগ্ৰাসন; ছেটেলাইটৰ ছবিয়ে স্পষ্টভাৱে দেখুৱালে নতুন গাঁও

উত্তৰ সোৱণশিৰিৰ পিছত এইবাৰ শি ইয়োমি জিলা। চীনা সেনাৰ বিৰুদ্ধে পুনৰ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰা আৰু প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC) উলংঘা কৰি এখন গাঁও...

Popular