মুখ্য বাতৰি

“মই ভাবিছিলোঁ, মোৰ কেৰিয়াৰৰ সমাপ্তি ইয়াতেই”: চীনৰ হাতত চোৰাংচোৱা দল বন্দী হোৱাৰ অভিজ্ঞতা সুঁৱৰি কি ক’লে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে

দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে নিজৰ কৰ্মজীৱনৰ আৰম্ভণিৰ এটা কঠিন অভিজ্ঞতাৰ কথা স্মৰণ কৰি কয় যে এটা চোৰাংচোৱা অভিযানৰ সময়ত তেওঁৰ প্ৰেৰণ কৰা...

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে এক বিশাল আক্ৰমণ চলায়। ইয়াৰে শ শ ড্ৰোন ৰাছিয়াৰ ৰাজধানী মস্কোক লক্ষ্য কৰি প্ৰেৰণ কৰা...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি আনিছ উজ জামানৰ পৰলোকগমনত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা আৰু...

মহাকাশতো চীনৰ চোৰাংচোৱাগিৰি! এতিয়াৰ পৰা প্ৰতিটো উপগ্ৰহত নজৰ ৰাখিব চীনে

মহাকাশত চীনৰ চোৰাংচোৱাগিৰিৰ নতুন কৌশল! পৃথিৱীৰ কক্ষপথত থকা উপগ্ৰহসমূহৰ ওপৰত নজৰ ৰাখিবলৈ নতুন উপগ্ৰহ উৎক্ষেপণ চীনৰ। ১৬ জুনত ছিচাং মহাকাশ কেন্দ্ৰৰ পৰা লং মাৰ্চ-৩বি ৰকেটৰ...

মুম্বাইৰ কোষ্টেল ৰোডত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা বাগৰি পৰিল BMW

দেওবাৰে পুৱতি নিশা মুম্বাইৰ কোষ্টেল ৰোডত এখন দ্ৰুতবেগী BMW দুৰ্ঘটনাগ্ৰস্ত হৈ দলঙৰ পৰা তললৈ বাগৰি পৰাৰ ফলত তিনিজন লোকৰ মৃত্যু হয়। আন এজন লোক...

Popular