মুখ্য বাতৰি

২০ ডিচেম্বৰলৈ বন্ধ পাঠদান

কভিডৰ দৈনিক নতুন নতুন সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে। এইবাৰ বিশ্বনাথ জিলাৰ বিহালীৰ শিক্ষানুষ্ঠানত কভিডৰ জাল। পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা জাহ্নৱী নাথৰ...

‘ৰাইজৰ দাবী’ত স্বামীৰ সৈতে এয়া কি কৰিলে বৰষাৰাণীয়ে?

যুগজয়ী প্ৰেম…তাজমহলত প্ৰেমৰ সাগৰত বিলীন বৰষাৰাণী-ভাস্কৰ বৰুৱা। স্বামীৰ সৈতে বিলীন জনপ্ৰিয় অভিনেত্ৰী, নৃত্যশিল্পী বৰষাৰাণী বিষয়া। প্ৰেমৰ সৌধত ফুৰিবলৈ গৈছে, তাতে শিল্পী মানুহ। ফটো নুঠাকৈ পাৰিনে?...

কৃষকৰ সন্তান IIT গুৱাহাটীৰ ছাত্ৰলৈ ২.০৫ কোটিৰ দৰমহা

দৰিদ্ৰ পৰিয়ালৰ পৰা আহি আকাশ চোৱাৰ সপোন পূৰণ হ'ল ৰোহিত নেগীৰ। নিজৰ একাগ্ৰতা আৰু মেধাৰ বলত লোভনীয় চাকৰিৰ সুযোগ লাভ কৰিলে ৰোহিতে। জ্ঞান আৰু...

এইবাৰ বেদখলকাৰীৰ কবলত বীৰ লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱাৰ ভূমি

এইবাৰ বেদখলকাৰীৰ কবলত বীৰ লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱাৰ ভূমি। গোলাঘাটৰ চাৰিঙীয়াস্থিত ঐতিহাসিক বাৰীখনৰ অবাধ বেদখলে ক্ৰমাৎ বিপন্ন কৰি তুলিছে ইয়াৰ অস্তিত্ব। গোলাঘাট...

বিশিষ্ট লেখক-গৱেষক ড০ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা বঁটা

ড০ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা বঁটাউত্তৰ লক্ষীমপুৰ কলেজৰ অধ্যাপক ড০ ৰাজখোৱাবিশিষ্ট লেখক-গৱেষক গৰাকীলৈ প্ৰথমবাৰৰ বাবে এই বঁটাসাহিত্যিক যুগল লোচন দাসলৈ পানীন্দ্ৰনাথ গগৈ বঁটাদাস...

Popular