মুখ্য বাতৰি

মন গ’লেই অসম-উত্তৰ পূৱ ভ্ৰমণ কৰিব নোৱাৰিব আমেৰিকাৰ নাগৰিকে; সৱিশেষ পঢ়ক…

অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভ্রমণৰ ক্ষেত্রত আমেৰিকাৰ বিষয়া-কৰ্মচাৰীক সতৰ্কবাণীকলকাতাত থকা দেশখনৰ কন্সুলেট জেনেৰেলৰ অনুমতি লৈহে ভ্রমণৰ পৰামৰ্শনিৰাপত্তাজনিত কাৰণতে এনে সতৰ্কবাণী আমেৰিকাৰকাশ্মীৰ ভ্রমণ নকৰিবলৈও নাগৰিকক সতৰ্কবাণীভাৰত-পাকিস্তান...

নতুন শিক্ষা নীতিয়ে আনিব আমূল পৰিৱৰ্তন; খালী পদ শীঘ্ৰে পূৰণৰ বাবে তৎপৰ শিক্ষা বিভাগ

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকললৈ ভাল খবৰ। ২৭ নৱেম্বৰত দিয়া হ’ব নতুন কলেজ শিক্ষকক নিযুক্তি। ২০২২ চনৰ পৰা মহাবিদ্যালয়ত নাথাকিব একাদশ-দ্বাদশ শ্ৰেণী। মহাবিদ্যালয়ত খালী হৈ...

‘নিচাৰ ৰাজধানী’: সুৰা বিপনীৰ বাহিৰত কংগ্ৰেছৰ প্ৰতিবাদ

দিল্লীত কংগ্ৰেছ কৰ্মীসকলে বুধবাৰে সুৰাৰ বিপনীৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে আৰু দাবী কৰে যে নতুন আবকাৰী নীতিয়ে ৰাজধানীখনক "নিচাৰ ৰাজধানী" লৈ পৰিণত কৰিব। সীতা ৰাম...

পাকিস্তানৰ আৰ্শীবাদপুষ্ট সন্ত্ৰাসবাদক লৈ ৰাষ্ট্ৰসংঘত সৰৱ ভাৰত

পাকিস্তানৰ আৰ্শীবাদপুষ্ট সন্ত্ৰাসবাদক লৈ ৰাষ্ট্ৰসংঘত সৰৱ ভাৰত। সীমান্তৰ সিপাৰৰ পৰা ভাৰতত চলি থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে ভাৰতে।...

আজি ভাৰত-নিউজিলেণ্ডৰ T20 মেচ, মুখ্যপ্ৰশিক্ষক হিচাপে যাত্ৰা আৰম্ভ হ’ব দ্ৰাৱিড়ৰ

বিশ্বকাপৰ ব্যৰ্থতা পাহৰি আজি পুনৰ ভাৰত-নিউজিলেণ্ড নামিব T20ৰ যুঁজত। ভাৰত ভ্ৰমণলৈ অহা নিউজিলেণ্ডৰ সৈতে ৩খনীয়া T20 শৃংখলাৰ আজি প্ৰথমখন মেচ। আজি মেচখনত কোহলিৰ পৰিৱৰ্তে...

Popular