মুখ্য বাতৰি

সংসদ ভৱনলৈ ট্ৰেক্টৰ ৰেলী স্থগিত; ৪ ডিচেম্বৰত পৰৱৰ্তী কাৰ্যপন্থা ঘোষণা কৰিব প্ৰতিবাদী কৃষকে

কৃষি আইন বাতিল বিধেয়ক, ২০২১ সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন হ'বলৈ সাজু হোৱাৰ লগে লগে, সংযুক্ত কিষাণ মৰ্চাৰ (SKM) মূল সমিতিয়ে শনিবাৰে কয় যে, তেওঁলোকে...

MSP সমিতি গঠন কৰা হ’ব; এতিয়া প্ৰতিবাদী কৃষক সকল ঘৰলৈ যাওঁক : নৰেন্দ্ৰ সিং টোমৰ

শনিবাৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে নূন্যতম সমৰ্থন মূল্য (MSP) প্ৰণালীক অধিক স্বচ্ছ আৰু কাৰ্যকৰী কৰাৰ...

‘পৰিয়ালকেন্দ্ৰিক ৰাজনীতি’ : দলৰ নাম নোলোৱাকৈয়ে কংগ্ৰেছক সমালোচনা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদৰ কেন্দ্ৰীয় হলত সংবিধান দিৱস উপলক্ষে আয়োজন কৰা এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰি কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে। বিৰোধী দল...

বেজী ল’বলৈ ভয় কৰে নেকি? বজাৰত অচিৰেই বেজী-মুক্ত ক’ভিড-১৯ ভেকছিন

Zydus Cadilaৰ বেজী-মুক্ত ক'ভিড-১৯ ভেকছিন অহা মাহত ভাৰতৰ টিকাকৰণ কাৰ্যসূচীৰ বাবে উপলব্ধ হোৱাৰ সম্ভাৱনা আছে। ZyCoV-D নামৰ ভেকছিনটোক আগষ্টত ১২ বছৰৰ ওপৰৰ সকলক জৰুৰীকালীন...

ডিচেম্বৰৰ শেষৰ ফালে পুনৰ আৰম্ভ হ’ব দেশৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে বুধবাৰে সদৰী কৰা অনুসৰি অচিৰেই ভাৰতে নিয়মীয়া আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল পুনৰ আৰম্ভ কৰিব। এই বৰ্ষৰ শেষৰ ফালে ক'ভিডৰ বাবে বন্ধ...

Popular