মুখ্য বাতৰি

সপ্তমবাৰলৈ বেলন ডিঅ’ৰ সন্মান অৰ্জনেৰে অভিলেখ মেছীৰ

বিশ্ব ফুটবলৰ শ্ৰেষ্ঠ খিতাপ পুনৰ মহাতাৰকা মেছীৰ দখলত মৃদুপৱন বৰা কেৱল খেলপথাৰতে নহয়, সন্মান আৰু বটাঁ অৰ্জনৰ ক্ষেত্ৰতো বিশ্ব ফুটবলত দপদপাই আছে আৰ্জেণ্টাইন কিম্বদন্তি লিঅনেল মেছী।...

যোৰহাটত আছু নেতাক নৃশংস হত্যা

যোৰহাট চহৰৰ মাজমজিয়াত জঘন্য ঘটনাযোৰহাটত ছাত্ৰ নেতাক নৃশংস হত্যা৫০জন লোকে আক্ৰমণ কৰিছিল ৩ যুৱককপ্ৰহাৰত মৃত্যু ছাত্ৰনেতা অনিমেষ ভূঞাৰনিহত অনিমেষ ভূঞাৰ ঘৰ গোলাঘাটৰ খকন্দগুৰিতযোৰহাটৰ নিৰ্মল...

আৰক্ষীৰ নিযুক্তি পৰীক্ষাত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰাৰ দাবী

অসমৰ শিক্ষা ব্যৱস্থাত ৪ ভাষাৰ অন্তৰ্ভুক্তিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাই। ইয়াৰ ফলত ৰাজ্যৰ শিক্ষাৰ্থীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব বুলি অভিযোগ...

ক’ভিডৰ নতুন ভেৰিয়েন্টকলৈ বিশ্বজুৰি চাঞ্চল্য

ক'ভিডৰ এটা নতুন প্ৰকাৰে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিজ্ঞানীসকলে এতিয়াও দক্ষিণ আফ্ৰিকাত প্ৰথম আৱিষ্কাৰ হোৱা এই ভেৰিয়েন্টটোৰ ওপৰত গৱেষণা কৰি আছে। ইয়াক Omicron প্ৰকাৰ...

মণিপুৰ বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভৰ পৰিকল্পনা NPPৰ

মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা নেচনেল পিপলছ পাৰ্টিৰ (NPP) মুৰব্বী কনৰাড চাংমাই ৬০ জনীয়া মণিপুৰ বিধানসভাত প্ৰায় ৪০ৰ পৰা ৪৫ খন আসনৰ বাবে অকলে প্ৰতিদ্বন্দিতা কৰাৰ...

Popular