মুখ্য বাতৰি

যোগগুৰু ৰামদেৱক তলব কৰিলে উচ্চতম ন্যায়ালয়ে

‘ভুল বুজোৱা’ৰ বিজ্ঞাপন! পতঞ্জলি কাণ্ডক লৈ অধিক চাপত ৰামদেৱযোগগুৰু ৰামদেৱক তলব কৰিলে উচ্চতম ন্যায়ালয়েমঙলবাৰে উচ্চতম ন্যায়ালয়ে দিলে এই নিৰ্দেশৰামদেৱৰ লগতে আচার্য বালকৃষ্ণকো আদালতত হাজিৰ...

ন্যায়িক ব্যৱস্থাৰ প্ৰতি আস্থা ঘূৰাই আনিছে CJI ধনঞ্জয় যশৱন্ত চন্দ্রচূড়ে

দেশৰ ন্যায়িক ব্যৱস্থাক জনসাধাৰণৰ অধিক কাষ চপাই নিয়া সকলৰ ভিতৰত অন্যতম স্থান অধিকাৰ কৰিছে ভাৰতৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্রচূড়। ডি ৱাই চন্দ্রচূড়...

তপন গগৈ, দীপ গগৈৰ ফটোক লৈ উত্তাল যোৰহাটৰ ৰাজনীতি

দীপ গগৈক লৈ সঁচাকৈ ৰাজনীতি কৰাৰ চেষ্টা কৰিলে নেকি ভাৰতীয় জনতা পাৰ্টীয়ে। পুনৰ সৰৱ হ'ল সাংসদ গৌৰৱ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মতে দীপ গগৈক...

CAAৰ স্থগিতাদেশক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি

‘কা’ৰ স্থগিতাদেশক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানিCAA বলৱতত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ৩ সপ্তাহৰ ভিতৰত কেন্দ্ৰক শপতনামা দাখিলৰ নিৰ্দেশ সংসদৰ উভয় সদনত নাগৰিকত্ব সংশোধনী বিধেয়ক...

গুৱাহাটী মহানগৰীত যমদূতৰ ৰূপত চিটীবাছ

গুৱাহাটী মহানগৰীত যমদূতৰ ৰূপত চিটীবাছচিটীবাছৰ দৌৰাত্ম্যৰ বাবেই প্ৰাণ হেৰুৱালে বহুজনেদুৰ্ঘটনাৰ পিছতে নাটক কৰে আৰক্ষী-প্ৰশাসনেবাস্তৱত সকলো হয়গৈ ফুটুকাৰ ফেন... তাৰ পৰিণতিতে মঙলবাৰে পুৱাই গুৱাহাটীত প্ৰাণ হেৰুৱালে...

Popular