মুখ্য বাতৰি

আমেৰিকালৈ ডাক সেৱা সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে পাকিস্তানে

ভাৰত, ব্রিটেইন, জাপান, অষ্ট্রেলিয়া, নিউজিলেণ্ডৰ পথ অনুকৰণ কৰিলে পাকিস্তানে। আমেৰিকালৈ চিঠি বা পাৰ্চেল পঠোৱাৰ ক্ষেত্রত বিধিনিষেধ আৰোপ কৰিলে শ্বেহবাজ শ্বৰীফৰ চৰকাৰে। ড’নাল্ড ট্রাম্পৰ নতুন...

আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ পৰা কৃষ্ণাংগ মহিলাক অপসাৰণ; ট্ৰাম্পৰ বিৰুদ্ধে বৰ্ণবাদৰ অভিযোগ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সম্প্ৰতি লিজা কুক নামৰ এগৰাকী কৃষ্ণাঙ্গ মহিলাক ফেডাৰেল ৰিজাৰ্ভৰ ব’ৰ্ড অৱ গভৰ্নৰৰ পদৰ পৰা অপসাৰণ কৰিছে। উল্লেখ্য যে, লিজা কুক...

আফগানিস্তানত হোৱা ভূমিকম্পত মৃতকৰ সংখ্যা ৬১০জনলৈ বৃদ্ধি | উদ্ধাৰ কাৰ্য অব্যাহত

আফগানিস্তানত ভূমিকম্পৰ ফলত মৃতকৰ সংখ্যা ৬১০গৰাকীলৈ বৃদ্ধি পাইছে। আহত হৈছে আৰু বহু লোক। ৰয়টাৰ্ছ বাতৰি সংস্থাৰ প্ৰতিবেদন অনুসৰি, গভীৰ নিশা আফগানিস্তানৰ উত্তৰ-পূৰ্বাঞ্চলৰ কুনাৰ প্ৰদেশত...

চীনত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত মোদীয়ে দিলে এক শক্তিশালী বাৰ্তা

চীনৰ তিয়ানজিনত অনুষ্ঠিত এছচিঅ’ (SCO) সন্মিলনত ভাষণ প্ৰদান কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ অৱস্থান গ্ৰহণ কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ ছৰিফৰ সন্মুখত...

বাণিজ্য ঘাটিৰ পৰা সীমান্ত সংঘাতলৈকে…চীন-ভাৰতৰ বন্ধুত্ব মজবুত কৰিবলৈ কি কি প্ৰয়োজন? মোদীলৈ জিনপিঙৰ ৪টা পৰামৰ্শ

চীন আৰু ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক উন্নত কৰি বন্ধুত্ব জোৰদাৰ কৰাৰ বাবে কি কি কৰাৰ প্ৰয়োজন? এই বিষয়ত চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে ভাৰতৰ প্ৰধানমন্ত্ৰী...

Popular