মুখ্য বাতৰি

এনকাউণ্টাৰ কৰা বুলি আনুষ্ঠানিকভাৱে কিয় আমাক জনোৱা নাই বুলি ওলোটাই প্ৰশাসনক প্ৰশ্ন ঘনকান্তৰ ভাই-বোৱাৰীৰ

গুৱাহাটীৰ ‘হোটেল বিলাস ইন’ৰ পাঁচজনীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱাৰ খবৰৰ পাছতে তেওঁৰ পৰিয়ালত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ঘনকান্তৰ জয়পুৰৰ...

ৰঙিয়াত পাৰিবাৰিক সংঘাতৰ কৰুণ পৰিণতি! পত্নীক দাৰে ঘপিয়াই হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে, পত্নীক হত্যা কৰি স্বামীৰ আত্মহত্যা

ৰঙিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতিত পত্নীক দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামীৰ বিৰুদ্ধে। আনহাতে, পত্নীক হত্যাৰ...

শিৱসাগৰত আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু ঘনকান্ত গগৈৰ

পুৱতি নিশা ৩.১০ বজাত সংঘটিত হয় গুলীচালনাৰ ঘটনা। আৰক্ষীৰ গুলীত মৃত্যু ৫ হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্তৰ। শিৱসাগৰত আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হয় হোটেল ‘বিলাস ইন’ কাণ্ডৰ অভিযুক্ত...

মজুৰি বৃদ্ধিৰ দাবীত উত্তাল বাংলাদেশ! পোছাক কৰ্মীৰ প্ৰতিবাদত সংঘৰ্ষ, আহত শতাধিক

মজুৰি বৃদ্ধিৰ দাবীত পোছাক উদ্যোগৰ শ্ৰমিকসকলে অব্যাহত ৰখা প্ৰতিবাদক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ। সোমবাৰৰ পাছত মঙলবাৰেও দেশখনৰ বিভিন্ন ঔদ্যোগিক অঞ্চলত শ্ৰমিক...

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় গ্লেন মেক্সৱেলৰ! ১৪ বছৰীয়া বৰ্ণিল কেৰিয়াৰৰ সামৰণি

অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ইয়াৰ লগে লগে ১৪ বছৰীয়া এক বৰ্ণিল আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ সামৰণি পৰিল। নিজৰ বিস্ফোৰক...

Popular