মুখ্য বাতৰি

পাকিস্তান-আফগানিস্তানৰ মাজত পুনৰ আৰম্ভ হ’ব পাৰে যুদ্ধ; পাকিস্তানৰ এই ৫টা দাবী মানি লোৱা নাই তালিবানে

ভাৰতৰ দুখন চুবুৰীয়া দেশ পাকিস্তান আৰু আফগানিস্তানৰ মাজত পুনৰ যুদ্ধৰ পৰিৱেশ গঢ় লৈ উঠিছে। তুৰ্কীৰ ইষ্টানবুলত দুয়োখন দেশৰ মাজত যদিহে বুজাবুজি নহয়, তেন্তে যুদ্ধ...

হাৰিকেন মেলিছা : ঘণ্টাত ২৯৫ কিঃমিঃ বেগেৰে বতাহ বলিছে জামাইকাত!

দক্ষিণ-পশ্চিম জামাইকাত হাৰিকেন মেলিছাৰ তাণ্ডৱ। ঘণ্টাত ২৯৫ কিলোমিটাৰ বেগেৰে বলিছে বতাহ। এই কথা জনাইছে আমেৰিকাৰ নেচনেল হাৰিকেন চেণ্টাৰে। এই শক্তিশালী ঘূৰ্ণিবতাহক কেটেগৰি-৫ বুলি চিহ্নিত...

হামাছক নিৰ্মূল কৰিব নেকি পাকিস্তানৰ সেনাই? গাজালৈ ২০,০০০ সৈন্য প্ৰেৰণৰ প্ৰস্তুতি চলাইছে পাকিস্তানে!

পাকিস্তানে আন্তৰ্জাতিক স্থিৰীকৰণ বাহিনী (ISF)ৰ অধীনত গাজালৈ ২০,০০০ সৈন্য পঠোৱাৰ প্ৰস্তুতি চলাইছে বুলি কিছু সংবাদ মাধ্যমে দাবী কৰিছে। এই বাহিনী আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ...

ফোন নম্বৰৰ সৈতে নামেৰে CALL আহিব আপোনালৈ; টেলিকম কোম্পানীসমূহলৈ নিৰ্দেশনা

শীঘ্ৰে আপোনাৰ ম’বাইল ফ’নৰ স্ক্ৰীণত কল আহিলে নম্বৰৰ লগতে কল কৰোঁতাৰ নামো দেখা পাব। সূত্ৰই জনোৱা অনুসৰি, দূৰসংযোগ বিভাগে টেলিকম কোম্পানীসমূহক যিকোনো এটা চাৰ্কলত...

অষ্টম বেতন আয়োগ গঠনত অনুমোদন মোদী চৰকাৰৰ; কিমান বৃদ্ধি হ’ব দৰমহা?

কেন্দ্ৰীয় চৰকাৰে লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনভোগীৰ সৈতে জড়িত এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপত চূড়ান্ত অনুমোদন দিছে। অষ্টম বেতন আয়োগৰ গঠনত অন্তিম মঞ্জুৰী লাভ কৰিছে।...

Popular