Browsing Category

মুখ্য বাতৰি

নেতাজীৰ নাতিনীৰ নেতৃত্বত পুনৰ উজ্জীৱিত হ’ব ধৰিছে অখিল ভাৰত হিন্দু…

অচিন্ত্য শৰ্মা নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাতিনীয়েক ৰাজ্যশ্ৰী চৌধুৰী এতিয়া ভাৰতীয় ৰাজনীতিত এক বিশেষভাবে চৰ্চ্চিত ব্যক্তিত্ব।

পাৰ হৈ গ’ল ধুমুহা এজাক…কালধুমুহাই তচনচ কৰিলে ৩খন গাঁও!

ৰাজ্যত পুনৰ বিধ্বংসী ধুমুহা। কালধুমুহাত তচনচ সত্ৰদ্বীপ মাজুলীৰ ৩খনকৈ গাঁও। মাজুলীৰ যোৰবিল কাঠনিআঁতিত প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে

মোদীৰ কাশ্মীৰ ভ্ৰমণৰ পূৰ্বে অঘটন! ২২ ঘণ্টাত নিহত ৩টা সন্ত্ৰাসবাদী, শ্বহীদ…

প্ৰধানমন্ত্ৰীৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ পূৰ্বেই অঘটন। শুকুৰবাৰে জম্মুৰ সুঞ্জৱান অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত আৰম্ভ

প্লাষ্টিকৰ গুদামত বিধ্বংসী অগ্নিকাণ্ড, লাখ লাখ টকাৰ সামগ্ৰী ভস্মীভূত

ৰাজ্যত কেইবাটাও স্থানত অগ্নিকাণ্ড। এইবাৰ শিলচৰৰ চিৰুয়াকান্দিত বিধ্বংসী জুই। এটা প্লাষ্টিকৰ গুদামত সংঘটিত হয় অগ্নিকাণ্ড।

বস্তাৰ উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড, লেলিহান শিখাই আৱৰি ধৰিছে সমগ্ৰ উদ্যোগটো

মহনগৰীৰ সমীপতে অগ্নিকাণ্ডৰ সূত্ৰপাত। যোৰাবাটৰ ১৫ মাইলস্থিত এটি বস্তাৰ উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে

পৌৰ নিৰ্বাচনত ৫৩.০২ % লোকৰহে ভোটদান, চাৰিদিনীয়া বন্ধ পালন কৰি ভোটলৈ পিঠি…

অৱশেষত জল্পনা-কল্পনাৰ অৱসান ঘটাই সম্পন্ন হ'ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। বহুপ্ৰতীক্ষিত ৰাজধানী চহৰখনৰ পৌৰ নিগমৰ বাবে প্ৰশাসনে

ED-এ বাজেয়াপ্ত কৰিলে ৰণজিৎ গগৈৰ ৫.৫৪ কোটিৰ সম্পত্তি

প্ৰাক্তন DIPR ৰণজিৎ গগৈৰ সম্পত্তি বাজেয়াপ্ত। ED-এ বাজেয়াপ্ত কৰিলে ৰণজিৎ গগৈৰ ৫.৫৪ কোটিৰ সম্পত্তি।PMLAৰ অধীনত এই ব্যৱস্থা গ্ৰহণ