মুখ্য বাতৰি

টেঙাখাতত OCSৰ ভয়ংকৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৩জনলৈ বৃদ্ধি, চিকিৎসাধীন অৱস্থাত মৃত্যু আন দুজন কৰ্মচাৰীৰ

ডিব্ৰুগড়ৰ টেঙাখাতৰ কঁঠালগুৰিস্থিত অইল ইণ্ডিয়া লিমিটেডৰ (OIL) OCSত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৩জনলৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে সংঘটিত এই অগ্নিকাণ্ডত প্ৰথমে ৰাজু দত্তৰ মৃত্যু...

ধনতেৰাছৰ নিশা বঙাইগাঁৱত চাঞ্চল্যকৰ ঘটনা, স্বৰ্ণ ব্যৱসায়ীৰ বেগ কাঢ়ি নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ

ধনতেৰাছৰ নিশা বঙাইগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বঙাইগাঁৱৰ পালপাৰাস্থিত প্ৰিয়া জুৱেলাৰ্ছৰ স্বত্বাধিকাৰীৰ পৰা বেগ কাঢ়ি নিয়াৰ চেষ্টা চলায় অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে। জানিব পৰা...

মিঠাই খুৱাই ৰেপিড’ চালকৰ বাইক চুৰি যাত্ৰীৰ! নিচাযুক্ত দ্ৰব্য সেৱন কৰাই অচেতন কৰিলে যুৱকক, বাইক-ম’বাইল লৈ উধাও দুৰ্বৃত্ত

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিচাযুক্ত দ্ৰব্য মিহলোৱা মিঠাই খুৱাই এগৰাকী ৰেপিড’ চালকক অচেতন কৰি তেওঁৰ বাইক আৰু ম’বাইল ফোন লৈ উধাও...

হোৱাইট হাউছৰ সমীপত মাৰণাস্ত্ৰসহ ভেনেজুৱেলাৰ যুৱকক গ্ৰেপ্তাৰ! ট্ৰাম্পক হত্যাৰ পৰিকল্পনাৰ অভিযোগ, যুৱকজনৰ বাহনৰ পৰা উদ্ধাৰ ৰাইফল-পিষ্টল আৰু গুলী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত ৰনি ইয়ৰ্ড্ৰিক্স গুয়ানিপা ক্ৰিনোছ (Ronny Yordrix Guanipa Chrinos) নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আমেৰিকাৰ Department of...

‘ৰাইজ এণ্ড ফল ২’ৰ বিজয়ী শ্বেহজাদ পুনাৱালাৰ বদান্যতা; পুৰস্কাৰ হিচাপে লাভ কৰা ৩৫ লাখ টকা বিহাৰ আৰু অসমৰ বান সাহায্যৰ বাবে দান কৰাৰ সিদ্ধান্ত

জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘ৰাইজ এণ্ড ফল’ৰ দ্বিতীয় সংস্কৰণৰ বিজয়ী হিচাপে পৰিগণিত হৈছে ৰাজনৈতিক নেতা তথা বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ শ্বেহজাদ পুনাৱালা। বিজয়ী হিচাপে তেওঁ লাভ...

Popular