মুখ্য বাতৰি

মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী চোৰ। কাহিলিপাৰাত এগৰাকী মহিলাৰ পৰা বেগ কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল কেইদিনমান পূৰ্বে। প্ৰাপ্ত তথ্য অনুসৰি, দুই...

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ ৰায়দান। ব্যৱসায়িক জাহাজৰ বিষয়া সৌৰভ ৰাজপুতক হত্যাৰ অপৰাধত পত্নী মুস্কান ৰাস্তোগী আৰু তেওঁৰ প্ৰেমিক চাহিল...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ বাবে উপস্থিত হয় পৰিচালক ৰাজেশ ভূঞা। অৱশ্যে আজি তেওঁৰ সাক্ষ্যদান সম্পূৰ্ণ নহ’ল। কাইলৈ পুনৰ আদালতত...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদক লৈ কৰ্তৃপক্ষৰ ‘লাঠিৰে দমন’ৰ অভিযোগ উত্থাপন কৰি এখন সংবাদমেল অনুষ্ঠিত...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে। মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সদৰী...

Popular