মুখ্য বাতৰি

গুৱাহাটীত আটক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিক!

এইবাৰ খোদ গুৱাহাটী মহানগৰীত আটক হ’ল অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিক। মহানগৰীৰ জাপৰীগোগ অঞ্চলত আটক হোৱা এই বাংলাদেশীজন মহম্মদ চোহেল ৰাণা নামৰ এজন...

কীৰ্তিকমলৰ ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ গোচৰ

কীৰ্তিকমলৰ ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ গোচৰডেৰ লাখ টকা ক্ষতিপূৰণ কিয় দিয়া নাই সেই সন্দৰ্ভত শ্ব’ক’জঅসম চৰকাৰৰ মুখ্য সচিবলৈ আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননীনিজাববীয়াকৈ...

সাংসদ প্ৰদ্যুৎ বৰদলৈ ক’ভিডত আক্ৰান্ত

সাংসদ প্ৰদ্যুৎ বৰদলৈ ক'ভিডত আক্ৰান্ত। নগাঁৱৰ কংগ্ৰেছী সাংসদগৰাকীৰ দেহত পোৱা গৈছে ক'ভিড ভাইৰাছ। ইফালে সমগ্ৰ বিশ্বতে অব্যাহত আছে ক'ভিডৰ সংহাৰ। বিগত ২৪ ঘণ্টাত বিশ্বজুৰি...

বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ। পৰ্যায়ক্ৰমে মুকলি কৰি দিয়া হ’ব দেশৰ সকলো শিক্ষানুষ্ঠান। ক’ভিডৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ বাবে ছাত্ৰ...

অব্যাহত থাকিব নৈশ সান্ধ্য আইন, সাপ্তাহিক কাৰ্ফিউ প্ৰত্যাহাৰ

কৰ’নাৰ সংক্ৰমণ হ্ৰাস!দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন প্ৰত্যাহাৰ৫০% আসনেৰে চিনেমা, ৰেস্তোৰাঁ মুকলিৰ অনুমতিপ্ৰত্যাহাৰ দোকান-বজাৰ খোলাৰ যুগ্ম-অযুগ্ম নীতি১০০% দোকানেই খোলাৰ অনুমতিঅব্যাহত থাকিব নৈশ সান্ধ্য আইন‍বিগত এসপ্তাহত...

Popular