ভুৱা আধাৰ কাৰ্ড, PAN কাৰ্ড বনোৱা ৩ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰা চক্ৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। হোজাইৰ বিভিন্ন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ ৩ প্ৰৱঞ্চকক। অভিযানত জব্দ ১৭খন গাড়ীৰ ভুৱা পঞ্জীয়ন পত্ৰ। জব্দ ভুৱা গাঁওবুঢ়াৰ ছীল, বহু কলেজৰ ছীল। জব্দ প্ৰিণ্টাৰ মেচিন, আধাৰ কাৰ্ড, পান কাৰ্ড। আৰক্ষীয়ে জব্দ কৰে ৬খন বাহন। প্ৰৱঞ্চক জাকাৰিয়া আহমেদ, ফাৰুক আহমেদ, আ‍ব্দুল আহাদক গ্ৰেপ্তাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...