চুৰি কৰিবলৈ আহি ধৰা পৰিল যুৱতী, তাৰ পিছত কি হ’ল?

এইবাৰ যুৱক নহয় যুৱতী চোৰৰ উপদ্ৰৱ। নগাঁৱৰ কচুৱা পমিলা জাৰণিত চুৰি কৰিবলৈ আহি ধৰা পৰিল যুৱতী। লীলা শইকীয়া নামৰ লোকজনৰ ঘৰত এগৰাকী যুৱতীয়ে তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি নগদ ধনসহ আ-অলংকাৰ চুৰি কৰাৰ অভিযোগ। ঘটনাৰ সময়ত ঘৰত নাছিল গৃহস্থ। পিছত গৃহস্থক দেখি ঘৰৰ ভিতৰৰ পৰা পলায়ন কৰে যুৱতীগৰাকীয়ে। পাছত ঘৰৰ গৰাকীয়ে হুলস্থুল কৰাত স্থানীয়ে ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে যুৱতীগৰাকীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...