১৪টাকৈ ৱেবছাইটত উপলব্ধ হ’ব মেট্রিকৰ ফলাফল

আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল। পুৱাই সামাজিক মাধ্যমযোগে এই ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। পুৱা ১০:৩০ ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল।

১৪টাকৈ ৱেবছাইটত উপলব্ধ হ’ব মেট্রিকৰ ফলাফল https://sebaonline.org, www.results.shiksha, www.assam.shiksha, www.indiaresults.com, www.jagranjosh.com, www.schools9.com, www.indianexpress.com, www.assamresult.in, www.assamjobalerts.com, www.vidyavision.com, www.iresults.net, www.iresults.in, https://www.ndtv.com, https://ndtv.in.

ASSEB RESULTS নামৰ ম’বাইল এপতো উপলব্ধ হ’ব ফলাফল। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪ লাখ ২৯ হাজাৰ ৪৪৮গৰাকী পৰীক্ষাৰ্থী। ৯৪৪ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। ১ লাখ ৯০ হাজাৰ ৬৫৩ জন ছাত্ৰ অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত। ২ লাখ ৩৮ হাজাৰ ৭৯৫ গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...