ৰাজ্যৰ ৫ সমষ্টিত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

আজিৰ পৰা আৰম্ভ গণতন্ত্ৰৰ বৃহৎ উৎসৱ
পুৱা ৭ বজাৰ পৰা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
ৰাজ্যৰ ৫ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
ভোটদান কেন্দ্ৰত পুৱাৰে পৰাই উখল-মাখল পৰিৱেশ
প্ৰথম পৰ্যায়ত ৮৬,৪৮,৮৭৯ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য
শোণিতপুৰ, কাজিৰঙা, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ সমষ্টিত ভোটগ্ৰহণ
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পুৰুষ ভোটাৰ ৪২,৮২,৮৮৭ জন
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহিলা ভোটাৰ ৪৩,৬৪,৮৫৯ গৰাকী
১২৩ গৰাকী তৃতীয় লিংগ ভোটাৰ আছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত
১০,০০১টা ভোটকেন্দ্ৰৰ ৫,৫০৯টা ভোটকেন্দ্ৰত আছে ৱেব কাষ্টিং
প্ৰতিটো ভোটকেন্দ্ৰত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী
চিনাক্ত কৰা হৈছে স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ কেন্দ্ৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...