হিটমেনৰ ছিক্সাৰ, কাজিৰঙাই পাব ৫ লাখ টকাৰ উপহাৰ

হিটমেনৰ ছিক্সাৰ, কাজিৰঙাই পাব ৫ লাখ টকাৰ উপহাৰ । অৱশেষত Tata Punch বাহনত বল লাগিল। হিটমেন ৰোহিত শৰ্মাৰ ছিক্সাৰত ‘আহত’Tata Punch । হিটমেনৰ এই ‘উপকাৰিতা’ৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰিব ৫ লাখ টকাৰ উপহাৰ । ৰোহিত শৰ্মাই গুজৰাট টাইটান্সৰ বিৰূদ্ধে কেৰিবিয়ান বলাৰ আলজাৰী যোচেফৰ বলত কোবোৱা ছিক্সাৰ পৰেগৈ বাউণ্ডেৰী বাহিৰত ৰখাই থোৱা Tata Punch ত।

উল্লেখ্য যে এইবাৰৰ আই পি এলৰ স্প’নছৰশ্বিপ টাটাৰ । টাটা গ্ৰুপৰ চৰ্ত আছিল যে কোনো বেটছমেনে যদি বাউণ্ডেৰী বাহিৰত থোৱা Tata Punchত বল লগাব পাৰে তেন্তে কাজিৰঙালৈ প্ৰদান কৰা হ’ব ৫ লাখ টকাৰ দান ।ৰোহিতৰ ছিক্সাৰত প্ৰথমবাৰলৈ টাটাৰ এই চৰ্ত পূৰণ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...