VIVO IPL নহয়, এইবাৰ হ’ব Tata IPL

ভিভোৰ পৰা টাটাই লাভ কৰিলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ স্পনচৰ। IPLৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে সদৰি কৰিছে এই কথা। অহা বৰ্ষৰ IPL ছিজনত টাটাই স্পনচৰ কৰিব। ২০২২ আৰু ২০২৩ চনৰ বাবে টাটাই স্বত্ত্ব লাভ কৰিছে। উল্লেখ্য যে, চাইনীজ মোবাইল কোম্পানীটোৱে ২০২০ চনতো ড্ৰীম ইলেভেনক স্পনচৰশ্বীপ অৰ্পণ কৰিছিল। প্ৰথমবাৰলৈ নতুন ছিজনত ১০টা দলে অংশগ্ৰহণ কৰিব। আহমেদাবাদ আৰু লক্ষ্ণৌ দল দুটাই প্ৰথমবাৰলৈ অংশগ্ৰহণ কৰিব আইপিএলত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...