Tag: NKTV News

Browse our exclusive articles!

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ আজি নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক

৫ ৰাজ্যৰ বিধানসভাক লৈ আজি নিৰ্বাচন আয়োগৰ বৈঠককেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰে বৈঠক নিৰ্বাচন আয়োগৰআলোচনা হ’ব নিৰ্বাচনমুখী ৰাজ্যৰ ক’ভিড পৰিস্থিতিকলৈঅমিক্ৰনৰ সংক্ৰমণক লৈয়ো হ’ব পৰ্যালোচনানিৰ্বাচনী প্ৰচাৰ, ভোটগ্ৰহণৰ...

নাগালেণ্ডৰ পৰা আঁতৰিব পাৰে বিতৰ্কিত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন

নাগালেণ্ডৰ পৰা আঁতৰিব পাৰে বিতৰ্কিত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন। AFSPA প্ৰত্যাহাৰৰ বিষয়টো পৰ্যালোচনাৰ বাবে গঠন হ’ব বিশেষ কমিটী। গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকৰ...

গ্ৰেপ্তাৰ হ’ব পাৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা!

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। শংকৰজ্যোতি বৰুৱালৈ ডিব্ৰুগড় আৰক্ষীৰ আইনী জাননী। ২৪ ঘণ্টীয়া বন্ধ ঘোষণাক লৈ কঠোৰ ডিব্ৰুগড় আৰক্ষী।...

অমিক্রনৰ দ্রুত সংক্রমণক লৈ দেশত উদ্বিগ্নতা বৃদ্ধি, ৬খনকৈ ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ

অমিক্রনৰ দ্রুত সংক্রমণক লৈ দেশত উদ্বিগ্নতা বৃদ্ধিসংক্রমণ ৰোধৰ বাবে ৰাজ্যই ৰাজ্যই কঠোৰ ব্যৱস্থাদেশৰ ৬খনকৈ ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎমহাৰাষ্ট্র, মধ্যপ্রদেশ, গুজৰাটত নৈশ সান্ধ্য আইননৈশ...

ৰাজস্থানত MiG-21 দুৰ্ঘটনাগ্ৰস্ত, পাইলট হৰছিট সিঙৰ সিনহাৰ মৃত্যু

ৰাজস্থানৰ জয়ছালমীৰত শুকুৰবাৰে নিশা দুৰ্ঘটনাগ্রস্ত হয় বায়ুসেনাৰ এখন MiG-21 যুঁজাৰু বিমান। দুৰ্ঘটনাত বিমানখনৰ পাইলট উইং কমাণ্ডাৰ হৰছিট সিনহাৰ মৃত্যু। ভাৰতীয় বায়ুসেনাৰ কৰ্তৃপক্ষই প্রকাশ কৰা...

Popular

পাকিস্তান, ভূটানকে ধৰি ৪৩খন দেশৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ট্ৰাম্পে

ড’নাল্ড ট্ৰাম্প প্ৰশাসনে তিনি স্তৰৰ ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিব...

৯ মাহ মহাকাশত থকাৰ পিছত মানৱ শৰীৰত কি কি পৰিৱৰ্তন হয়?

৯ মাহ ধৰি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত (ISS) থকাৰ পিছত...

হঠাৎ অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান

হঠাৎ অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান চিকিৎসালয়ত ভৰ্তি বিশিষ্ট সংগীতজ্ঞ...

Subscribe

spot_imgspot_img