Tag: NKTV News

Browse our exclusive articles!

পুনৰ সৰ্প দংশনত বজালীত মৃত্যু হ’ল এজন শিক্ষকৰ

২০২৩বৰ্ষত নলবাৰীত সৰ্প দংশনত এগৰাকী কণমানিৰ মৃত্যুৱে জোকাৰিছিল ৰাজ্যচৰকাৰী চিকিৎসালয়ত সৰ্পদংশনৰ চিকিৎ‍সাৰ ব্যৱস্থাক লৈ হৈছিল প্ৰতিক্ৰিয়াকিন্তু সলনি নহ’ল পূৰ্বৰ পৰিস্থিতিৰ!পুনৰ সৰ্প দংশনত বজালীত মৃত্যু...

চালকৰ ভুল নে আন কিবা? পশ্চিমবংগৰ ৰে’ল দুৰ্ঘটনাৰ আঁৰত কি?

দেশত পুনৰ সংঘটিত হ'ল এক ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত হয় শিয়ালদাহমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ। মালবাহী ৰে’লৰ খুন্দাত লাইনচ্যুত হয় ৰে'লখনৰ দুটাকৈ দবা। দুৰ্ঘটনাত মালবাহী ৰে’লখনৰ...

দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। শিয়ালদাহমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত। মালবাহী ৰে’লৰ খুন্দাত লাইনচ্যুত হয় দুটা দবা। ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় ৫জন যাত্ৰী।...

মক্কাত পদপিষ্ট হৈ মৃত্যু অসমৰ ৩ হজযাত্ৰীৰ

আজি পৱিত্র ঈদ। সমূহ ঈছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ। কিন্তু ঈদৰ মাজতেই আহিছে এটা দু:খবৰ। মক্কাত পদপিষ্ট হৈ মৃত্যু হৈছে অসমৰ ৩জনকৈ হজযাত্ৰীৰ।...

এক মহৎ কাম সাধিবলৈ তেওঁ বিচাৰি ফুৰিছিল শব্দ

১১৫ বছৰ চাইকেলখন লৈ গাঁৱে-ভূঞে ভ্ৰমি ফুৰিছিল তেওঁএক মহৎ কাম সাধিবলৈ তেওঁ বিচাৰি ফুৰিছিল শব্দঅসমৰ নিৰ্দিষ্ট অঞ্চলৰ কথোপকথনৰ শব্দ সংগ্ৰহ কৰিছিল তেওঁতেঁৱেই বজালীৰ শব্দকোষ...

Popular

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

Subscribe

spot_imgspot_img