সৰবৰহী মহিলা স্বৰ্ণ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

গুৱাহাটী, ১৮ জুলাই, NKTV: গুৱাহাটীৰ চানমাৰি কল’নী এলেকাৰ সৰবৰহী মহিলা স্বৰ্ণ বৰদলৈৰ দেওবাৰে বিয়লি এক্সেল কেয়াৰ হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। বাৰ্ধক্যজনিত কাৰণত স্বৰ্ণ বৰদলৈয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত মহিলাগৰাকীয়ে দুই পুত্ৰ-বোৱাৰী, দুই কন্যা-জোঁৱাই আৰু ভালেসংখ্যক নাতি-নাতিনী, ভতিজা, ভাগিনসহ বহু আত্মীয়ক এৰি থৈ গৈছে। নিজৰাপাৰ ৰোডৰ ৰজাদুৱাৰ হাউলী নিৱাসী স্বৰ্ণ বৰদলৈৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

NKTV Digital
Author: NKTV Digital

382 COMMENTS

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...