নিৰ্বাচনী ব’ণ্ডক লৈ SBIৰ আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

নিৰ্বাচনী ব’ণ্ডক লৈ SBIৰ আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ। নিৰ্বাচন আয়োগক নিৰ্বাচনী ব’ণ্ডৰ তথ্য দাখিলৰ নিৰ্দেশ আদালয়ৰ। ১২ মাৰ্চৰ ভিতৰত সমগ্ৰ তথ্য দাখিলৰ নিৰ্দেশ চুপ্ৰীম ক’ৰ্টৰ। তথ্য দাখিলৰ বাবে সময়সীমা বৃদ্ধিৰ আহ্বান জনাইছিল SBIয়ে। ৩০ জুনলৈ সময়সীমা বৃদ্ধিৰ আহ্বান জনাইছিল SBIয়ে। SBIৰ সেই আবেদন সোমবাৰে খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...