কেইবাখনো জিলাত পৰীক্ষাৰ বাবে পিছুৱাই দিয়া হ’ল গৰম বন্ধ

BTRত পিছুৱাই দিয়া হ’ল গৰমৰ বন্ধৰ সময়সূচী
বাক্সা, তামুলপুৰ জিলা প্রশাসনৰ নিজাববীয়া ঘোষণা
শিক্ষা বিভাগে ১ৰ পৰা ৩১ জুলাইলৈ কৰিলে বন্ধ ঘোষণা
শিক্ষামন্ত্ৰীয়ে ২৫ জুনৰ পৰা ২৫ জুলাইলৈ কৰিছিল গৰমৰ বন্ধ ঘোষণা
গৰমৰ বন্ধ সময়ছোৱাতো চৰকাৰী শিক্ষানুষ্ঠানত চলিব পাঠদান
দশম, একাদশ, দ্বাদশ শ্রেণীৰ বাবে থাকিব বিশেষ পাঠদানৰ ব্যৱস্থা
গৰমৰ বন্ধৰ সময়তো শিক্ষকে শিক্ষাৰ্থীক দিব লাগিব পাঠদান

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...