পথৰ দাঁতিৰ নাৰিকল গছত আকস্মিকভাবে লাগিল জুই!

পুৱতি নিশা দাওদাওকৈ জ্বলি উঠিল এজোপা নাৰিকল গছ৷ পথৰ দাঁতিৰ নাৰিকল গছত আকস্মিকভাবে অগ্নিকাণ্ডৰ সূত্ৰপাত৷ উচ্চ ক্ষমতাসম্পন্ন ST তাঁৰৰ পৰা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে৷

দক্ষিণ কামৰূপৰ গৰৈমাৰী সত্ৰ গাঁৱৰ মুখ্য পথৰ দাঁতিত এই ঘটনা। অৱশ্যে সৌভাগ্যবশতঃ কিছু সময়ৰ পিছত জুই নিৰ্বাপন হোৱাত গছডালৰ কাষতে থকা দোকান-ঘৰ আৰু কেইবাটাও পৰিয়াল ব্যাপক ক্ষয়-ক্ষতিৰ পৰা কথমপি ৰক্ষা পৰে৷

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...