ৰাজ্যৰ এটা প্ৰান্তত ধুমুহাৰ তাণ্ডৱ, উভালি পৰিল গছ

মঙলবাৰে নিশা কাছাৰত ধুমুহাৰ তাণ্ডৱ। জিলাখনৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন কৰিলে ধুমুহাই।

লক্ষীপুৰ, সোনাই, উধাৰবন্ধ, ধলাইসহ বিভিন্ন স্থানত ক্ষতিসাধন। বহুজনৰ ঘৰৰ টিনপাত নিলে উৰুৱাই।

পথৰ মাজত উভালি পৰিল ডাঙৰ-ডাঙৰ গছ৷ ছিঙিলে বিদ্যুতৰ তাঁৰ। নিশাৰে বিদ্যুত বিছিন্ন হৈ আছে জিলাখনৰ বিভিন্ন অঞ্চলত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...