STFৰ জালত ২ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

গুৱাহাটী মহানগৰীত STFৰ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে ধাৰাবাহিক অভিযান। এই অভিযান অব্যাহত থকাৰ সময়তে এক গোপন খবৰৰ ভিত্তিত আৰু STFৰ পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত ভৰলুমুখ আৰক্ষী থানাৰ অন্তৰ্গত আঠগাঁৱৰ ৪নং ৰে’লৱে গেটত আজি অভিযান চলাই ৪৬.৯ গ্ৰাম ওজনৰ ৩৫টা হেৰ’ইন ভৰ্তি কন্টেইনাৰ, নগদ ৩৩০০ টকা, এটা মোবাইল ফোনসহ 2 ২কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীকেইটা গোৱালপাৰাৰ লক্ষীপুৰৰ আচৌ আলি (২৭) আৰু বিহাৰৰ সীতামাৰ্হি জিলাৰ আনন্দ কুমাৰ ঝা (২৮)।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...