ADR পৰীক্ষাৰ বাবে দেওবাৰে ৰাজ্যজুৰি কৰ্তন ইণ্টাৰনেট

ADR পৰীক্ষাৰ বাবে দেওবাৰে ৰাজ্যজুৰি কৰ্তন ইণ্টাৰনেট। পুৱা ৮.৩০ বজাৰ পৰা আবেলি ৪ বজালৈ কৰ্তন হ’ব ইণ্টাৰনেট। চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্ত চৰকাৰৰ। ADR পৰীক্ষাৰ বাবে দেওবাৰে ৰাজ্যজুৰি কৰ্তন ইণ্টাৰনেট। পুৱা ৮.৩০ বজাৰ পৰা আবেলি ৪ বজালৈ কৰ্তন হ’ব ইণ্টাৰনেট। চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্ত চৰকাৰৰ। অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে জাৰি কৰিলে এই নিৰ্দেশনা। ৰাজ্যৰ ২৮ জিলা সামৰি অনুষ্ঠিত হ’ব ADR পৰীক্ষা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...

জ্ঞান অন্বেষণ আৰু বিস্তাৰৰ নতুন যাত্ৰা: নতুন ডিজিটেল প্লেটফৰ্ম ‘স্বৰাজ দৰ্পণ’ কি?

অসমৰ বৌদ্ধিক আৰু ডিজিটেল জগতত নতুন ইতিবাচক অধ্যায়ৰ সূচনা...

হঠাৎ আহিল ক’লা বৰষুণ, এখন দেশত লাগিল হাহাকাৰ…

কেতিয়াবা আপুনি বাৰু ক’লা বৰষুণৰ কথা কল্পনা কৰিছেনে? আপুনি...