দিল্লীৰ পৰা ডুবাই অভিমুখী স্পাইচ জেটৰ বিমানৰ জৰুৰী অৱতৰণ

  • দিল্লীৰ পৰা ডুবাই অভিমুখী স্পাইচ জেটৰ বিমানৰ জৰুৰী অৱতৰণ
  • কৰাচীত জৰুৰীভাৱে অৱতৰণ কৰে যাত্ৰীবাহী বিমানখনে
  • কাৰিকৰী বিজুতিৰ বাবে অৱতৰণ কৰিবলগীয়া হয় বিমানখন
  • পুৱাৰ ভাগত দিল্লীৰ পৰা উৰা মাৰিছিল স্পাইচ জেটৰ SG 11 বিমানখন
  • কৰাচীত সুকলমে অৱতৰণ কৰে বিমানখনে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...