ডাউন টাউন বিশ্ববিদ্যালয়ত সাহিত্যৰত্ন হৰিনাৰায়ণ দত্তবৰুৱাক স্মৰণ

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ‘স্মৃতি-সৌৰভ’ অনুষ্ঠান। অসমৰ বৈষ্ণৱ সাহিত্যৰ সংৰক্ষক আৰু প্ৰকাশক হিচাপে অসমৰ সাহিত্য জগতত বিশেষ স্থান অধিকাৰ কৰি অহা সাহিত্যৰত্ন হৰিনাৰায়ন দত্তবৰুৱাৰ মৃত্যুবার্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এই অনুষ্ঠান। অনুষ্ঠানত সাহিত্যৰত্ন হৰিনাৰায়ণ দত্তবৰুৱাৰ সাহিত্যকৃতিৰ বিষয়ে ভাষণ প্ৰদান কৰে বিশিষ্ট লেখক ড০ পৰমানন্দ মজুমদাৰে। সভাত প্রাক্তন উপাচার্য ড০ অমৰজ্যোতি চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ তিলক হাজৰিকাও উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...