চাঞ্চল্যকৰ! কবৰ খান্দি দুৰ্বৃত্তই লৈ গ’ল নৰকংকাল

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে ওদালগুৰি। ঘৰৰ কোনো আচবাব নাইবা গাড়ী-মটৰ নহয়, কবৰ খান্দি দুৰ্বৃত্তই লৈ গ’ল নৰকংকাল। ভূটানৰ সমীপৱৰ্তী ভৈৰৱকুণ্ডৰ আংৰাজুলিৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা।কবৰ খান্দি দুৰ্বৃত্তই লৈ যায় ৩টাকৈ নৰকংকাল। নৰকংকালকেইটা আছিল দুজন পুৰুষ আৰু এগৰাকী মহিলাৰ। কবৰ খান্দি নৰকংকালকেইটা কোনে লৈ গ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ঘটনাস্থলীত উপস্থিত হৈছে ভূটান ৰয়েল আৰ্মীও। একাংশৰ সন্দেহ এয়া কোনো তান্ত্ৰিকৰ কাণ্ড! আন একাংশৰ মতে ভূটানৰ লামাই লৈ গৈছে নৰকংকালকেইটা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...