শিৱসাগৰৰ জয়সাগৰ গদাধৰ নগৰত চাঞ্চল্যকৰ ডকাইতি

মহিলাৰ হাত বান্ধি, মুখত সোপা দি লুটিলে লক্ষাধিক টকাৰ সামগ্ৰী। শিৱসাগৰৰ জয়সাগৰ গদাধৰ নগৰত চাঞ্চল্যকৰ ডকাইতি। ONGCৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ ঘৰত ডকাইতৰ লুটপাত। কথমপি প্ৰাণৰক্ষা ৬৫ বছৰীয়া মহিলাগৰাকীৰ । গদাধৰ নগৰৰ মণি দত্ত নামৰ লোকজনৰ ঘৰত এই ঘটনা। ঘৰৰ পিছফালেৰে প্ৰৱেশ কৰিছিল ডকাইতে। ঘটনাস্থলীত উপস্থিত জয়সাগৰ আৰক্ষীৰ দল। উল্লেখ্য যে ১৩ ডিচেম্বৰতো সেই ঠাইতে ঘটিছিল অনুৰূপ ঘটনা। কিন্তু অতি তাৎপৰ্যপূৰ্ণভাৱে আজিলৈকে ধৰা নপৰিল সেই ঘটনাৰে জড়িত ডকাইত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...