নৰাধম পিতৃৰ জঘন্য কাণ্ডই কঁপাইছে ৰাজ্য

চৰাইদেউৰ চিংল’ পথাৰত সংঘটিত হৈছে এক নৃশংস ঘটনা। পিতৃয়ে হত্যা কৰিলে এবছৰীয়া পুত্ৰ সন্তানক। মাতৃৰ কোলাতে এবছৰীয়া পুত্ৰক হত্যা কৰিলে নৰাধম পিতৃয়ে। বিছু তাঁতী নামৰ লোকজনে হত্যা কৰিলে পুত্ৰক। পত্নীয়ে ফোনত কথা পাতি থকাত সন্দেহ উপজিছিল বিছুৰ। বিছু তাঁতীয়ে খঙত চোকা দাৰে আক্ৰমণ কৰিছিল পত্নীক। পত্নীৰ পৰিৱৰ্তে এবছৰীয়া পুত্ৰৰ মূৰত লাগে দাৰ ঘাপ। থিতাতে নিহয় হয় এবছৰীয়া পুত্ৰ। আৰক্ষীৰ জালত হত্যাকাৰী বিছু তাঁতী ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...