স্বামী নথকাৰ সুযোগতে মহিলাক ধ*ৰ্ষণ, এ*চিড ঢালি হ*ত্যাৰ চেষ্টা

ৰাজ্যত পুনৰ জঘন্য ধৰ্ষণৰ ঘটনা। স্বামী নথকাৰ সুযোগতে ঘৰত প্ৰৱেশ কৰি ২ সন্তানৰ মাতৃক ধৰ্ষণ, তাৰ পিছত এচিড ঢালি হত্যাৰ চেষ্টাৰ দুৰ্বৃত্তৰ। বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যুৰে যুঁজিছে ধৰ্ষিতা মহিলাগৰাকীয়ে। বদৰুল ইছলাম উৰফে পুতুল নামৰ এজনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ। মহিলাগৰাকীক হাত–ভৰি বান্ধি নিৰ্যাতন চলোৱা হৈছিল নিৰ্যাতন। ঘটনা সংঘটিত কৰি স্বামীলৈও কৰিছিল ফোন। জনাইছিল যে মহিলাগৰাকীৰ অৱস্থা সংকটজনক। এচিড ঢলাৰ ফলত জ্বলি যায় মহিলাগৰাকীৰ শৰীৰৰ ৭০ শতাংশ। উল্লেখ্য যে ২২ জানুৱাৰীত সংঘটিত হৈছিল এই জঘন্য ঘটনা। ঘটনাৰ এসপ্তাহৰ উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...