মাহীমাকৰ সৈতে মিলি পিতৃয়ে হত্যা কৰিলে ৯মহীয়া সন্তানক!

মুকালমুৱাৰ ঘৰুৱাবাহাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নৃশংসভাৱে হত্যা কৰা ৯ মহীয়া শিশুক হত্যা। মাহীমাকৰ সৈতে মিলি পিতৃয়ে শিশুটিক হত্যা কৰাৰ অভিযোগ। পিতৃ ৰূপচান আলী, আৰু ২য় পত্নীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ৰূপচান আলীৰ প্ৰথমা পত্নীয়ে। মৃত শিশুটিৰ মাতৃৰ এজাহাৰৰ পিছতেই আৰক্ষীয়ে আটক কৰিলে অভিযুক্ত ৰূপচান আৰু দ্বিতীয় পত্নীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ...

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...