মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই পুনৰ উত্থাপন হৈছে সেই প্ৰশ্ন। অসমৰ এজন লোকৰ সৈতে পুনৰ মেঘালয়ত ভয়ংকৰ ঘটনা। ৬-৭ জনীয়া যুৱকৰ দলে আগচি ধৰি আক্ৰমণ কৰিলে অসমৰ এজন লোকক।

মেঘালয়ৰ নংপুত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা। চাৰিচকীয়া বাহনেৰে অভাৰটোক কৰি বাট আগচি ৬-৭ জনীয়া যুৱকৰ দলে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে নলবাৰীৰ এজন লোকক। আক্ৰমণৰ বলি হোৱা লোকজন নলবাৰীৰ ঘগ্ৰাপাৰৰ গংগা ডেকা। মেঘালয়ৰ পৰা গুৱাহাটীলৈ উভতাৰ পথতেই লোকজনৰ আক্ৰমণ দুৰ্বৃত্তৰ দলটোৰ। ঘটনাৰ পিছতে লোকজনে বিৱৰি ক’লে আক্ৰমণৰ কথা। সমান্তৰালকৈ অসম চৰকাৰক ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবেও আহ্বান জনালে লোকজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...