ৰাজ্যত মৰেল পুলিচিঙৰ ভয়াৱহ ঘটনা

ৰাজ্যত মৰেল পুলিচিঙৰ ভয়াৱহ ঘটনা। লাহোৱালত দলবদ্ধ আক্ৰমণত প্ৰাণ গ’ল এজন যুৱকৰ। জ্বলাই দিয়া হ’ল লোকজনৰ স্কুটীখনো। লাহোৱালৰ বকুল চাহ বাগিচাৰ হাতীগড়ৰ বকপৰাত এই ঘটনা। ছাগলী চুৰিৰ অভিযোগত ২ যুৱকক আটক কৰিছিল একাংশই। দলবদ্ধ আক্ৰমণত প্ৰাণ গ’ল এজনৰ। আনজন বৈৰাগী মঠৰ জ্যোতিৰ্ময় হাজৰিকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...