পুনৰ মহানগৰীত যুৱতীৰ আত্মহত্যা

পুনৰ মহানগৰীত যুৱতীৰ আত্মহত্যা। গীতানগৰৰ মনালিছা পথৰ হাউচ নং ৫ত আত্মহনন যুৱতীগৰাকীৰ। শনিবাৰে সন্ধিয়া ভাৰাঘৰৰ কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ। যুৱতীগৰাকী লখিমপুৰৰ ৩২ বছৰীয়া জ্যোতিস্মিতা গগৈ। ঘটনাস্থলীত উপস্থিত গীতানগৰ আৰক্ষী। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহ। এই পৰ্যন্ত জানিব পৰা হোৱা নাই আত্মহননৰ কাৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...